Thoughts and reflections from Dr. Arup Kumar Nath
Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.

কিডনী হস্পিটেল iUKDৰ ১২৬সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু বীৰ লাচিত সেনা, অসম লাকুৱা আঞ্চলিকৰ অন্তৰ্গত চলাপথাৰ শাখা সমিতিৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৪ আগষ্ট, ২০২৫, দেওবাৰে লাকুৱাৰ চলাপথাৰৰ অংকুৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১২৬সংখ্যক বিনামূলীয়া...

উত্তৰ-পূব ভাৰতত প্ৰথমটো উৎসৰ্গিত ইউৰ’লজিকেল ৰব’ট
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল Institute of Urology and Kidney Diseases (iUKD)ত ২২ আগষ্ট, ২০২৫, শুকুৰবাৰে দিনৰ ১২-৩০ বজাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ উৎসৰ্গিত ইউৰ’লজিকেল ৰব’ট ‘MANTRA 3.0ৰ আগমনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে iUKDৰ মুখ্য...

সুখৰ চকুপানী—পিতৃ-মাতৃৰ আশীৰ্বাদেৰে এগৰাকী যুৱতীৰ নতুন অধ্যায়
এটা মাহ আগতে আমাৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল আই ইউ কে ডিত কিডনী ষ্ট’নৰ বাবে অপাৰেশ্যন কৰাইছিল এই যুৱতীগৰাকীয়ে। আজি তেওঁ সম্পূৰ্ণ সুস্থ আৰু এতিয়া নিজে নাৰ্ছিং স্কুলত যোগদান কৰিছে। নিজৰ স্বপ্নৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ এই শুভক্ষণত তেওঁ তেওঁৰ...

ডাক্তৰৰ দিনলিপি : ৮
নমস্কাৰ, অসম। আজি ৰাতিপুৱাই মোবাইলটো চাই থাকোঁতে এটি বিশেষ লেখা চকুত পৰিল। প্ৰখ্যাত ডিজিটেল নিউজ মিডিয়া হাউছ “জি-প্লাছ"ত প্ৰকাশিত এটি বাতৰি। “Can Assam become North-East India’s Medical Tourism hub?” শিৰোনামটো চায়েই মনলৈ অসংখ্য ভাব আহিল। সেয়ে আজিৰ দিনলিপিত ইয়াৰ বিষয়ে...

ডাক্তৰৰ দিনলিপি : ৭
ৰাতিপুৱাৰ পৰাই মনটো কিবা এটা ভাল লাগি আছিল, নাজানো কিয়। কেতিয়াবা আপোনালোকৰো হয় চাগে তেনেকুৱা, নজনাকৈয়ে মনটো ফৰকাল লাগি থাকে। আনদিনাৰ দৰেই ৰাতিপুৱা ৯ মান বজাত হস্পিটাললৈ আহিছিলো।ইতিমধ্যে ১০-১২ গৰাকী মান ৰোগী আহি পাইছিলহি। ময়ো দেৰি নকৰি এজন এজনকৈ ৰোগী চোৱাত ধৰিলো। ৫...

ডাক্তৰৰ দিনলিপিঃ ৬
টকা-পইছা নে মানৱতা ? মাইকেল জেকচনে এবাৰ কৈছিল, “মই জীয়াই থকাৰ অনুভৱ পাওঁ কেৱল মঞ্চখনতহে, তেতিয়া যেন মই আটাইতকৈ সুখী মানুহজন।” আজি মোৰ বাবেও যেন মঞ্চ হৈছে অসমী আইৰ সোণচৰোৱা মাটি আৰু লাইট হৈছে সেই আশা, যি মই মোক লগ কৰিবলৈ অহা ব্যক্তিসকলৰ চকুত দেখা পাওঁ। বহুবছৰ ধৰি...

ডাক্তৰৰ দিনলিপি: ৫
ভাইটি, তোৰ দেউতাই কি ক’ৰে অ ?মেডিকেল কলেজৰ প্ৰথম দিনটোতেই কোনোবা এগৰাকী ছিনিয়ৰে সুধিছিল প্ৰশ্নটো। সগৌৰৱে উত্তৰ দিছিলোঁ-- "মোৰ দেউতা এগৰাকী খেতিয়ক।" এতিয়া দেউতাৰ বয়স প্ৰায় ৮৫, তথাপি নিজে নোৱাৰিলেও আনৰ হতুৱাই খেতি কৰায় আৰু পুৱা-গধূলি নিজেই কামৰ তদাৰক কৰে। মা এগৰাকী...

ডাক্তৰৰ দিনলিপি : ৪
আজি আন এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে ক’ম। কালি কিডনী হস্পিটেল, সোণাপুৰ, গুৱাহাটীত এটি ১ বছৰ ৬ মাহৰ শিশুৰ জীৱনত নৱ জীৱনৰ বতৰা আনিবলৈ মোৰ দল আৰু মই সক্ষম হ’লোঁ। শিশুটিয়ে Posterior Urethral Valve (PUV) Stricture নামৰ এক জটিল সমস্যাৰ সৈতে জন্মগ্ৰহণ কৰিছিল। এই সমস্যাটো কেৱল...
ডাক্তৰৰ দিনলিপি : ৩
2024 চনৰ 31 ডিচেম্বৰ। বছৰটোৰ শেষ দিন। চিকিৎসালয়ৰ কামৰ ব্যস্ত দিনটো...
ডাক্তৰৰ দিনলিপি
2018 চন। তেতিয়া মই ইউৰ’লজি বিভাগৰ বিশিষ্ট ছাৰ্জন হিচাপে গুৱাহাটীত...