by Dr. Arup Kumar Nath | Aug 4, 2026 | Uncategorized, Heath Tips
তেজত শৰ্কৰাৰ মাত্ৰা কমাবলৈ একমাত্ৰ উপায় কাৰ্বহাইড্ৰেট গ্ৰহণৰ পৰিমাণ কমোৱাটো নহয়, খাদ্যত প্ৰ’টিন, ফেট আৰু ফাইবাৰ অন্তৰ্ভুক্ত কৰাটো খুব সহায়ক৷ খাদ্যাভ্যাস আৰু ব্যায়ামৰ উপৰি পৰ্যাপ্ত মাত্ৰাত টোপনি আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ দৰে দৈনন্দিন অভ্যাসবোৰেও ৰক্ত শৰ্কৰাৰ মাত্ৰা...
by Dr. Arup Kumar Nath | Jul 30, 2026 | Uncategorized
শৰীৰৰ ওজন কমাবলৈ সাধাৰতে খাদ্যৰ তালিকা পৰিৱৰ্তন কৰা, জিমলৈ যোৱা, খোজকঢ়া আদি বিভিন্ন পদক্ষেপ হাতত লোৱা হয়৷ কিন্তু ইয়াৰ মাজতো এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰয়েই উপক্ষিত হৈ থাকে পৰ্যাপ্ত মাত্ৰাত টোপনি যোৱাটো৷ বিশেষজ্ঞই কোৱা মতে এজন সুস্থ-সবল মানুহৰ বাবে প্ৰতিদিনে অন্ততঃ...
by Dr. Arup Kumar Nath | Jul 29, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত আজি [২৯ জুলাই, ২০২৬, বুধবাৰ] নলবাৰী জিলাৰ টিহুৰ হৰিমন্দিৰৰ আম্বেদকাৰ নগৰত [ৱাৰ্ড নং ২] iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৪৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ এই বিনামূলীয়া...
by Dr. Arup Kumar Nath | Jul 29, 2026 | Uncategorized
বানপানীৰ সময়ত বিশুদ্ধ খোৱাপানীৰ অভাৱ এক গুৰুতৰ স্বাস্থ্য সমস্যা। দূষিত পানী সেৱনৰ ফলত জণ্ডিচ, কলেৰা, ডায়েৰিয়া, ডিচেণ্ট্ৰিৰ উপৰিও কিডনীৰ ক্ষতি হোৱাৰ আশংকা বাঢ়ে। দূষিত পানীত থকা ক্ষতিকাৰক ৰাসায়নিক আৰু বীজাণুৱে কিডনীৰ চাকনি ক্ষতিগ্ৰস্ত কৰি তেজ পৰিশোধনৰ প্ৰক্ৰিয়াত...
by Dr. Arup Kumar Nath | Jul 29, 2026 | Uncategorized
পুৱাৰ চাহৰ সৈতে বিস্কুট খোৱা অভ্যাস বহু ঘৰতে সাধাৰণ, কিন্তু দীৰ্ঘদিনীয়া এই অভ্যাসে শৰীৰৰ বিপাকক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। বিস্কুটত থকা উপাদানে তেজত গ্লুকজৰ মাত্ৰা দ্ৰুতভাৱে বঢ়ায়, আৰু সময়ৰ লগে লগে Insulin Resistance আৰু Type-2 Diabetes ৰ আশংকা বৃদ্ধি কৰিব পাৰে।...
by Dr. Arup Kumar Nath | Jul 28, 2026 | Uncategorized
প্ৰস্ৰাৱৰ ৰঙে আমাৰ শৰীৰৰ স্বাস্থ্যৰ বিষয়ে বহু তথ্য দিব পাৰে৷ যেতিয়াই কোনো ৰোগৰ গুৰুতৰ সমস্যা শৰীৰত পৰে, তেতিয়া ইয়াৰ প্ৰভাৱ প্ৰস্ৰাৱ তথা প্ৰস্ৰাৱৰ ৰঙৰ ওপৰতো দেখা দিবলৈ আৰম্ভ কৰে৷ অৱশ্যে কেতিয়াবা কোনো লক্ষণ নোহোৱাকৈও পেচাবৰ বৰণ পৰিৱৰ্তন হ’ব পাৰে৷ উল্লেখ্য যে মানৱ শৰীৰত...