পুৱাৰ চাহৰ সৈতে বিস্কুট খোৱা অভ্যাস বহু ঘৰতে সাধাৰণ, কিন্তু দীৰ্ঘদিনীয়া এই অভ্যাসে শৰীৰৰ বিপাকক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। বিস্কুটত থকা উপাদানে তেজত গ্লুকজৰ মাত্ৰা দ্ৰুতভাৱে বঢ়ায়, আৰু সময়ৰ লগে লগে Insulin Resistance আৰু Type-2 Diabetes ৰ আশংকা বৃদ্ধি কৰিব পাৰে।
জানি লওক:
- Insulin Resistance হ’লে শৰীৰৰ কোষে ইনছুলিনৰ প্ৰতি সঠিকভাৱে সঁহাৰি নিদিয়ে
- ইয়াৰ ফলত ক্লান্তি, Brain Fog, ওজন বৃদ্ধি আৰু পেটত চৰ্বি জমা হোৱাৰ সমস্যা হ’ব পাৰে
- দীৰ্ঘদিনীয়া Type-2 Diabetes-এ কিডনীৰ সূক্ষ্ম ৰক্তনলী ক্ষতিগ্ৰস্ত কৰি Diabetic Nephropathy ৰ কাৰণ হ’ব পাৰে
- ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰত থাকিলে কিডনী বিকল হোৱাৰ আশংকা বাঢ়ে
কি কৰিব:
- চাহৰ সৈতে বিস্কুটৰ পৰিমাণ সীমিত ৰাখক
- সুষম আহাৰ আৰু নিয়মীয়া ব্যায়াম অভ্যাস কৰক
- নিয়মীয়াভাৱে ৰক্ত শৰ্কৰাৰ পৰীক্ষা কৰাওক
কিডনী তথা প্ৰস্ৰাৱজনিত যিকোনো সমস্যাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKD-ৰ সৈতে যোগাযোগ কৰক।
যোগাযোগ: 8011501833, 9864104444
ঠিকনা: Kidney Hospital, iUKD, Nazirakhat, Sonapur, Guwahati, Assam-৭৮২৪০২

