by Dr. Arup Kumar Nath | Aug 7, 2026 | Heath Tips
• ৰাতিৰ আহাৰৰ বাবে সন্ধিয়া ৭ৰ পৰা ৮ বজাৰ ভিতৰত সৰ্বোত্তম; শুবলৈ যোৱাৰ কমেও ২–৩ ঘণ্টা আগতে খোৱা উচিত।• পলমকৈ খালে শৰীৰৰ circadian rhythm বহত হয় আৰু insulinৰ কাৰ্যক্ষমতা হ্ৰাস পায়।• ইয়াৰ ফলত ৰাতিপুৱাৰ blood sugar বেছি থাকে — দীৰ্ঘদিন Type-2 Diabetesৰ আশংকা বৃদ্ধি...
by Dr. Arup Kumar Nath | Aug 5, 2026 | Heath Tips
অতিৰিক্ত চেনি খোৱাটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক৷ অতিৰিক্তভাৱে চেনি খোৱাৰ ফলত ওজন বৃদ্ধিৰ সমস্যা, ডায়েবেটিছ, হৃদৰোগ আদিৰ দৰে গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ অত্যধিক তথা পৰিমাণতকৈ চেনি বেছি খোৱাৰ ফলত অতিৰিক্ত কেলৰি জমা হৈ শৰীৰৰ ওজন দ্ৰুতভাৱে বৃদ্ধি পাব পাৰে৷ তেজত ইনছুলিন...
by Dr. Arup Kumar Nath | Aug 4, 2026 | Uncategorized, Heath Tips
তেজত শৰ্কৰাৰ মাত্ৰা কমাবলৈ একমাত্ৰ উপায় কাৰ্বহাইড্ৰেট গ্ৰহণৰ পৰিমাণ কমোৱাটো নহয়, খাদ্যত প্ৰ’টিন, ফেট আৰু ফাইবাৰ অন্তৰ্ভুক্ত কৰাটো খুব সহায়ক৷ খাদ্যাভ্যাস আৰু ব্যায়ামৰ উপৰি পৰ্যাপ্ত মাত্ৰাত টোপনি আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ দৰে দৈনন্দিন অভ্যাসবোৰেও ৰক্ত শৰ্কৰাৰ মাত্ৰা...
by Dr. Arup Kumar Nath | Aug 3, 2026 | Heath Tips
বৰ্তমান সময়ত স্বাস্থ্যৱান হৈ থাকিবলৈ এক প্ৰত্যাহ্বানৰ দৰে হৈ পৰিছে৷ স্বাস্থ্যৱান হৈ থাকিবলৈ প্ৰথমে আমি সঠিক সময়ত খাদ্য গ্ৰহণ কৰাটো একান্তই কৰ্তব্য হোৱা উচিত৷ অসময়ত তথা নিয়মৰ বাহিৰত খাদ্য খোৱাৰ ফলত শৰীৰৰ অপকাৰ হোৱাৰ লগতে এই অভ্যাসক ফলত গুৰুতৰ ৰোগৰ হোৱাৰ সম্ভাৱনা থাকে৷...
by Dr. Arup Kumar Nath | Aug 1, 2026 | Heath Tips
কিডনীকে ধৰি শৰীৰৰ আন অংগৰ বাবে হ’ব পাৰে বিপদঅতিৰিক্ত চকলেট খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ বেছিকৈ চকলেট খোৱাৰ ফলত শৰীৰৰ ওজন বৃদ্ধি, দাঁতৰ ক্ষয় আৰু তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে৷ চকলেটত থকা অতিৰিক্ত কেলৰি আৰু চৰ্বিয়ে শৰীৰৰ ওজন দ্ৰুতগতিত বঢ়ায়৷ চকলেটত থকা চেৱিন...