Thoughts and reflections from Dr. Arup Kumar Nath
Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.
প্ৰতিদিনে কিমান পৰিমাণৰ ভাত খাব লাগে ? দিনটোত কেইবাবাৰ খাব ?
সুষম আহাৰ, সঠিক খাদ্যাভ্যাস আৰু কিডনীৰ সুস্বাস্থ্যৰ মাজত আছে গুৰুত্বপূৰ্ণ সম্পৰ্ক iUKD: কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ উন্নত চিকিৎসাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসমীয়া সমাজৰ দৈনন্দিন খাদ্যাভ্যাসত ভাতৰ স্থান অতি গুৰুত্বপূৰ্ণ। চাউলৰ পৰা প্ৰস্তুত কৰা ভাত আমাৰ প্ৰধান শক্তিৰ...
ঋতু পৰিৱৰ্তনৰ সময়ত চৰ্দি-কাহৰ পৰা কেনেকৈ থাকিব সুৰক্ষিত?
শীতৰ আগমনৰ লগে লগে স্বাস্থ্যৰ যত্ন লওক, সজাগ থাকক iUKD: কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ উন্নত চিকিৎসাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান শাৰদীয় উৎসৱৰ আনন্দৰ মাজতে প্ৰকৃতিলৈ লাহে লাহে আগমন ঘটিছে শীতৰ। দিনৰ ভাগত ৰ’দৰ প্ৰখৰতা আৰু গৰমৰ অনুভূতি অব্যাহত থকাৰ বিপৰীতে নিশাৰ ভাগত...
বয়স বঢ়াৰ লগে লগে কিয় বৃদ্ধি পায় প্ৰষ্টেট গ্ৰন্থি ? নতুন গৱেষণাত উদঘাটিত কোষীয় ৰহস্য
iUKD: কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ উন্নত চিকিৎসাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বয়স বৃদ্ধিৰ লগে লগে পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হৈ যোৱাৰ সমস্যা কিয় দেখা দিয়ে? এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিজ্ঞানীসকলে প্ৰষ্টেট গ্ৰন্থিৰ এনে এক বিশেষধৰণৰ কোষৰ সন্ধান লাভ কৰিছে, যিয়ে এই স্বাভাৱিক...
কিডনীৰ পাথৰ কিয় হয় ? কেতিয়া অনুভৱ হয় তীব্ৰ বিষ ? জানক কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায়
iUKD: কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ উন্নত চিকিৎসাৰ এক বিশেষ প্ৰতিষ্ঠান কিডনীৰ পাথৰ বা কিডনী ষ্ট’ন বৰ্তমান সময়ত দেখা পোৱা এক উল্লেখযোগ্য স্বাস্থ্যজনিত সমস্যা। প্ৰস্ৰাৱত থকা কিছুমান খনিজ পদাৰ্থ আৰু লৱণৰ পৰিমাণ বৃদ্ধি পালে সেইবোৰ স্ফটিকৰ ৰূপত জমা হৈ ক্ৰমান্বয়ে পাথৰৰ...
ছুইংগাম চোবাই থকাটো ভাল নে বেয়া
iUKD ঃ কিডনীজনিত যিকোনো ৰোগৰ সমস্যা সমাধানৰ অন্যতম প্ৰতিষ্ঠানবহুতৰে ক্ষেত্ৰত ছুইংগাম চোবাই থকাটো এটা অভ্যাস হিচাপে গঢ় লয়৷ কামৰ মাজত অথবা আজৰি সময়তো মুখত ছুইংগাম পাগুলি থাকি কিবা আমেজ অনুভৱ কৰে৷ আমি যি ছুইংগাম চোবাওঁ, ইয়াৰ উপকাৰ অথবা অপকাৰৰ বিষয়ে আপোনালোকে জানেনে?...
STAMINA Lifestyle Programme May Improve Health and Quality of Life in Men Undergoing Prostate Cancer Treatment
For Comprehensive Treatment of Prostate Problems — iUKD A landmark NHS study has found that incorporating the STAMINA lifestyle intervention programme into the treatment of men receiving hormone therapy for prostate cancer may significantly improve treatment-related...
ফেটি লিভাৰৰ এই লক্ষণবোৰক অৱহেলা নকৰিব
সময়মতে চিনাক্তকৰণ আৰু চিকিৎসাই ৰক্ষা কৰিব পাৰে লিভাৰৰ স্বাস্থ্য ফেটি লিভাৰ ডিজিজ বা হেপাটিক ষ্টিয়াটোছিছ (Hepatic Steatosis) হৈছে এক সাধাৰণ লিভাৰজনিত সমস্যা, য’ত লিভাৰত অতিৰিক্ত চৰ্বি জমা হয়। স্থূলতা, ডায়েবেটিছ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু...
ষ্টেমিনা জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীয়ে প্ৰষ্টেট কেঞ্চাৰৰ চিকিৎসাধীন পুৰুষৰ স্বাস্থ্য আৰু জীৱনমান উন্নত কৰাত সহায় কৰে
প্ৰষ্টেটৰ যিকোনো সমস্যাৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে — iUKD প্ৰষ্টেট কেঞ্চাৰৰ চিকিৎসাৰ অংশ হিচাপে হৰম’ন থেৰাপী গ্ৰহণ কৰা পুৰুষসকলক ষ্টেমিনা (STAMINA) জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিলে তেওঁলোকৰ চিকিৎসাজনিত ফলাফল উল্লেখযোগ্যভাৱে উন্নত হোৱা বুলি এন এইচ এছৰ এক...
চাংসাৰিত iUKDৰ ২৭৩সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত...
সৰভোগত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰোঁ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত...
এই অনিয়মসমূহ কিডনী অসুস্থতাৰ কাৰণ হ’ব পাৰে
কিডনীৰ সুস্থতাৰ বাবে দুটা অভ্যাস ত্যাগ কৰক, দুটা আৰম্ভ কৰক দৈনন্দিন...
Why Is It Important to Control High Blood Pressure ?
High Blood Pressure Is One of the Major Causes of Kidney Disease...
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কিয় জৰুৰী ?
উচ্চ ৰক্তচাপ কিডনী ৰোগৰ অন্যতম প্ৰধান কাৰণ উচ্চ ৰক্তচাপক ‘নীৰৱ ঘাতক’...
Can Kidney Patients Eat Cabbage ?
Why portion size and preparation matter iUKD: An Advanced Institute...






