Thoughts and reflections from Dr. Arup Kumar Nath

Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.

কোনবোৰ লোকৰ কিডনী ৰোগৰ আশংকা বেছি ? জানক কিডনী সুৰক্ষাৰ গুৰুত্ব

কোনবোৰ লোকৰ কিডনী ৰোগৰ আশংকা বেছি ? জানক কিডনী সুৰক্ষাৰ গুৰুত্ব

iUKD — কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ অত্যাধুনিক চিকিৎসাৰ বিশ্বস্ত ঠিকনা কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ ফিল্টাৰৰ দৰে কাম কৰি তেজৰ পৰা বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থ আঁতৰাই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা নিষ্কাশন কৰে। একে সময়তে কিডনীয়ে শৰীৰত পানী, ছ’ডিয়াম,...

উত্তৰ নুনমাটিত iUKDৰ ২৬৭সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

উত্তৰ নুনমাটিত iUKDৰ ২৬৭সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

বিৰিখ বিৰিণা ফাউণ্ডেশ্যন আৰু হেল্পিংহেণ্ড সংস্থাৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু ESKFৰ সহযোগত যোৱা ৯ ছেপ্টেম্বৰ, বুধবাৰে গুৱাহাটী মহানগৰৰ উত্তৰ নুনমাটিৰ গোপাল নগৰৰ কালী মন্দিৰ শক্তিপীঠ প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৬৭সংখ্যক...

প্ৰস্ৰাৱৰ ৰঙে দিব পাৰে কিডনীৰ স্বাস্থ্যৰ কিছু ইংগিত

প্ৰস্ৰাৱৰ ৰঙে দিব পাৰে কিডনীৰ স্বাস্থ্যৰ কিছু ইংগিত

iUKD: কিডনী আৰু মূত্ৰনলীজনিত সমস্যাৰ অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান ডিহাইড্ৰেশ্যন, বিভিন্ন খাদ্য গ্ৰহণ, ঔষধ আদি বিভিন্ন কাৰণত বহু সময়ত প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তন হ’ব পাৰে। কিন্তু কোনো স্পষ্ট কাৰণ নোহোৱাকৈ যদি প্ৰস্ৰাৱৰ ৰঙত অস্বাভাৱিক পৰিৱৰ্তন দেখা দিয়ে, তেন্তে সেয়া অৱহেলা...

মানসিক স্বাস্থ্য আৰু মূত্ৰাশয়ৰ কাৰ্যকাৰিতা : এক গুৰুত্বপূৰ্ণ আন্তঃসম্পৰ্ক

মানসিক স্বাস্থ্য আৰু মূত্ৰাশয়ৰ কাৰ্যকাৰিতা : এক গুৰুত্বপূৰ্ণ আন্তঃসম্পৰ্ক

UKD: কিডনী আৰু মূত্ৰনলীৰ সমস্যাৰ অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান দীৰ্ঘস্থায়ী মানসিক চাপ, উদ্বেগ আৰু বিষণ্ণতাৰ সৈতে মূত্ৰনলীৰ কাৰ্যকাৰিতাৰ এক জটিল সম্পৰ্ক আছে। বিভিন্ন গৱেষণাই দেখুৱাইছে যে দীৰ্ঘদিনীয়া মানসিক চাপে নিম্ন মূত্ৰনলীৰ কাৰ্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ...

CKD ৰোগীৰ বাবে গাখীৰ উপযুক্তনে ? — কিমান আৰু কেতিয়া খাব লাগে ?

CKD ৰোগীৰ বাবে গাখীৰ উপযুক্তনে ? — কিমান আৰু কেতিয়া খাব লাগে ?

দৈনন্দিন খাদ্য তালিকাত গাখীৰ এক পুষ্টিকৰ খাদ্য। কিন্তু দীৰ্ঘস্থায়ী কিডনী ৰোগ বা Chronic Kidney Disease (CKD)-ত আক্ৰান্ত ব্যক্তিৰ বাবে গাখীৰৰ পৰিমাণ আৰু ধৰণ নিৰ্ধাৰণ কৰাটো কিছু সাৱধানতাৰে কৰা প্ৰয়োজন। গাখীৰ সম্পূৰ্ণৰূপে নিষিদ্ধ নহয়; কিন্তু ৰোগীৰ CKD-ৰ ষ্টেজ, তেজৰ...

প্ৰতিদিনে কিমান প্ৰ’টিনৰ প্ৰয়োজন ? CKD ৰোগীয়ে প্ৰ’টিন খাব পাৰেনে?

প্ৰতিদিনে কিমান প্ৰ’টিনৰ প্ৰয়োজন ? CKD ৰোগীয়ে প্ৰ’টিন খাব পাৰেনে?

প্ৰ’টিন আমাৰ শৰীৰৰ বাবে এক অত্যাৱশ্যকীয় পুষ্টি উপাদান। শৰীৰৰ কোষ, পেশী, হৰম’ন, এনজাইম, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ জৈৱিক কাৰ্য সম্পাদনত প্ৰ’টিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে সুস্থ জীৱন-যাপনৰ বাবে খাদ্যত উপযুক্ত পৰিমাণৰ প্ৰ’টিন থকাটো অতি...