Thoughts and reflections from Dr. Arup Kumar Nath

Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.

কাপলাবড়িত iUKDৰ ২৩০সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

কাপলাবড়িত iUKDৰ ২৩০সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত আজি [১৭ জুন, ২০২৬, বুধবাৰ] নলবাৰী জিলাৰ কাপলাবড়িৰ উদয় বৰ্মন মাৰ্কেটত থকা দ্যা হে’ল্‌থ জ’ন ফাৰ্মাচীত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩০সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত...

হাওৰাঘাটত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন

হাওৰাঘাটত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সফলতাৰে সম্পন্ন

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ESKFৰ সহযোগত আজি [১০ জুন, ২০২৬, বুধবাৰ] হাওৰাঘাটৰ কিৰাত ভৱনত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২৭সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷৷ উক্ত বিনামূলীয়া চিকিৎসা...

কলগাছিয়াত iUKDৰ ২৪৫সংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকোঁ

কলগাছিয়াত iUKDৰ ২৪৫সংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকোঁ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত ২২ জুলাই, ২০২৬, বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ পুৰণা হস্পিটেলৰ সন্মুখত থকা লাইফ মেডিকেল হলত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৪৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ এই বিনামূলীয়া...

১৬ বছৰীয়া কিশোৰৰ জন্মৰে পৰা বন্ধ হোৱা নাছিল পেচাব

১৬ বছৰীয়া কিশোৰৰ জন্মৰে পৰা বন্ধ হোৱা নাছিল পেচাব

iUKDত মূত্ৰাশয়ৰ বিৰল অস্ত্ৰোপচাৰ সম্পন্ন শুনিলেই আচৰিত লগা এক কৰুণ কাহিনী৷ এটি ১৬ বছৰীয়া কিশোৰে জন্মৰে পৰা ভুগি আহিছিল Exstrophy of Bladderৰ সমস্যাত, অৰ্থাৎ অনৱৰতে পেচাব ওলাই থকা আৰু মূত্ৰাশয় শৰীৰত বাহিৰত থাকি যোৱা, অৰ্থাৎ মূত্ৰাশয়ৰ আৱৰণ জন্মগতভাৱে অনুপস্থিত থকাৰ...

কাহিলিপাৰাত iUKDৰ ২২৫সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

কাহিলিপাৰাত iUKDৰ ২২৫সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু কাহিলিপাৰা বিষ্ণু মন্দিৰৰ সৌজন্যত তথা ESKFৰ সহযোগত যোৱা ৩ জুন, ২০২৬, বুধবাৰে কাহিলিপাৰা পাৱাৰ হাউছৰ বিষ্ণু মন্দিৰ প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন...

শ্ৰদ্ধাৰ নন্দেশ্বৰ মিলি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন

শ্ৰদ্ধাৰ নন্দেশ্বৰ মিলি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন

যোৱা ৪ মে’, ২০২৬ত অসমৰ জনপ্ৰিয় বাতৰিকাকত ‘অসম আদিত্য’ত জনপ্ৰিয় নিবন্ধকাৰ শ্ৰদ্ধাৰ নন্দেশ্বৰ মিলি ডাঙৰীয়াই ‘জীৱনত লগ পোৱা দুগৰাকী চিকিৎসকৰ কথাৰে…’ শীৰ্ষক নিবন্ধৰ জৰিয়তে আমাৰ কৰ্মসাধনাৰ বিষয়ে কিছু কথা লিখাৰ বাবে শ্ৰদ্ধাৰ নন্দেশ্বৰ মিলি ডাঙৰীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ...

গোগামুখত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকোঁ

গোগামুখত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকোঁ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা অসমীয়া যুৱ মঞ্চ ধেমাজি জিলা সমিতিৰ ESKFৰ সহযোগত যোৱা ৩ মে’, ২০২৬, দেওবাৰে ধেমাজি জিলাৰ গোগামুখৰ শংকৰদেৱ শিশু নিকেতনত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১০সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷...

পূব সৰাগাঁৱত iUKDৰ বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন

পূব সৰাগাঁৱত iUKDৰ বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD, হেল্পিংহেণ্ড সংস্থা আৰু পূব সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদ্‌যাপন সমিতিৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২২ এপ্ৰিল, ২০২৬, বুধবাৰে নগাঁৱৰ পূব সৰাগাঁও ৰাজহুৱা মঞ্চত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২০৬সংখ্যক...

জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়াৰ [পূব মণ্ডল] বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে অংশগ্ৰহণ কৰোঁ৷

জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়াৰ [পূব মণ্ডল] বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে অংশগ্ৰহণ কৰোঁ৷

১৬ আৰু ১৭, অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌...

১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়াৰ (পূব মণ্ডল) ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিভ ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰি আমি অতিকে গৌৰৱবোধ কৰিছোঁ ৷জনতাৰ সেৱাৰ বাবে, অসম তথাউত্তৰ-পূৰ্বাঞ্চলবাসীৰ সেৱাৰ বাবে সদায় নিজকে উছৰ্গা কৰি যাম— এয়া আমাৰ প্ৰতিশ্ৰুতি।

১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌...