by Dr. Arup Kumar Nath | Jul 2, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত ১ জুলাই, ২০২৬, বুধবাৰে ৰঙিয়াৰ এন টি ৰোডত [জি কে কে পেট্ৰল পাম্পৰ ওচৰত] থকা গুডউইল মেডিক’জ ডক্তৰছ ক্লিনিকত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷...
by Dr. Arup Kumar Nath | Jun 10, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ESKFৰ সহযোগত আজি [১০ জুন, ২০২৬, বুধবাৰ] হাওৰাঘাটৰ কিৰাত ভৱনত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২৭সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷৷ উক্ত বিনামূলীয়া চিকিৎসা...
by Dr. Arup Kumar Nath | Jun 5, 2026 | Uncategorized
iUKDত মূত্ৰাশয়ৰ বিৰল অস্ত্ৰোপচাৰ সম্পন্ন শুনিলেই আচৰিত লগা এক কৰুণ কাহিনী৷ এটি ১৬ বছৰীয়া কিশোৰে জন্মৰে পৰা ভুগি আহিছিল Exstrophy of Bladderৰ সমস্যাত, অৰ্থাৎ অনৱৰতে পেচাব ওলাই থকা আৰু মূত্ৰাশয় শৰীৰত বাহিৰত থাকি যোৱা, অৰ্থাৎ মূত্ৰাশয়ৰ আৱৰণ জন্মগতভাৱে অনুপস্থিত থকাৰ...
by Dr. Arup Kumar Nath | Jun 4, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত যোৱা ৩ জুন, ২০২৬, বুধবাৰে ধুবুৰীৰ ডাঃ জাকিৰ হুছেইন ৰোডত থকা [নিউ মাৰ্কেট টেম্প’ ষ্টেণ্ডৰ ওচৰত] নূৰ মেডিকেল হলত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২৪সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন...
by Dr. Arup Kumar Nath | May 28, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত যোৱা ২৭ মে’, ২০২৬, বুধবাৰে নলবাৰীৰ বিজুলী নগৰত অৱস্থিত শান্তি নিৱাস বৃদ্ধাশ্ৰমত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২২সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত বিনামূলীয়া চিকিৎসা...
by Dr. Arup Kumar Nath | May 27, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত আজি [২৭ মে’, ২০২৬, বুধবাৰ] গুৱাহাটী মহানগৰৰ আজাৰাৰ গধূলি বজাৰৰ [আজাৰাৰ আৰক্ষী থানাৰ ওচৰত] প্ৰিয়াংশী মেডিক’জত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২১সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন...