Thoughts and reflections from Dr. Arup Kumar Nath

Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.

নগাঁৱত iUKDৰ ২৪২সংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকোঁ

নগাঁৱত iUKDৰ ২৪২সংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকোঁ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত আজি [১৫ জুলাই, ২০২৬, বুধবাৰ] নগাঁও জিলাৰ দেওধৰ চাৰিআলিৰ ৩৮নং পাখিমৰীয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৪২সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ এই...

গোৱালপাৰাত iUKDৰ ২৩৮সংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকোঁ

গোৱালপাৰাত iUKDৰ ২৩৮সংখ্যক বিনামূলীয়া স্বাস্থ্য শিবিৰত উপস্থিত থাকোঁ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ৮ জুলাই, ২০২৬, বুধবাৰে গোৱালপাৰা চহৰৰ আগিয়া ৰোডৰ এল আই চি অফিচৰ বিপৰীতে থকা [দুৰ্গা মন্দিৰৰ ওচৰত] জি ক্লিনিক লেবৰেটৰী, ছ’ন’স্কেন চেণ্টাৰত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩৯সংখ্যক...

চাহৰ সৈতে বিস্কুট : সুখাদ্য নে অখাদ‍্য ?

চাহৰ সৈতে বিস্কুট : সুখাদ্য নে অখাদ‍্য ?

পুৱাৰ চাহৰ সৈতে বিস্কুট খোৱা অভ্যাস বহু ঘৰতে সাধাৰণ, কিন্তু দীৰ্ঘদিনীয়া এই অভ্যাসে শৰীৰৰ বিপাকক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। বিস্কুটত থকা উপাদানে তেজত গ্লুকজৰ মাত্ৰা দ্ৰুতভাৱে বঢ়ায়, আৰু সময়ৰ লগে লগে Insulin Resistance আৰু Type-2 Diabetes ৰ আশংকা বৃদ্ধি কৰিব পাৰে।...

ৰঙিয়াৰ iUKDৰ ২৩৬সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লওঁ

ৰঙিয়াৰ iUKDৰ ২৩৬সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লওঁ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত ১ জুলাই, ২০২৬, বুধবাৰে ৰঙিয়াৰ এন টি ৰোডত [জি কে কে পেট্ৰল পাম্পৰ ওচৰত] থকা গুডউইল মেডিক’জ ডক্তৰছ ক্লিনিকত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷...

ঢেকীয়াজুলিৰ iUKDৰ ২৩৩সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লওঁ

ঢেকীয়াজুলিৰ iUKDৰ ২৩৩সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লওঁ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগ তথা ESKFৰ সহযোগত যোৱা ২৪ জুন, ২০২৬, বুধবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ জীৱন জ্যোতি হস্পিটেলত [এ এছ টি চিৰ সমীপত] iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩৩সংখ্যক বিনামূলীয়া চিকিৎসা...

নলবাৰীত iUKDৰ ২২২সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নলবাৰীত iUKDৰ ২২২সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত যোৱা ২৭ মে’, ২০২৬, বুধবাৰে নলবাৰীৰ বিজুলী নগৰত অৱস্থিত শান্তি নিৱাস বৃদ্ধাশ্ৰমত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২২সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত বিনামূলীয়া চিকিৎসা...

আজাৰাত iUKDৰ ২২১সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰোঁ

আজাৰাত iUKDৰ ২২১সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰোঁ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত আজি [২৭ মে’, ২০২৬, বুধবাৰ] গুৱাহাটী মহানগৰৰ আজাৰাৰ গধূলি বজাৰৰ [আজাৰাৰ আৰক্ষী থানাৰ ওচৰত] প্ৰিয়াংশী মেডিক’জত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২২১সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন...

কিডনী হস্পিটেল_iUKDত হেল্পিং হেণ্ড সংস্থাৰ_অধ্যক্ষ

কিডনী হস্পিটেল_iUKDত হেল্পিং হেণ্ড সংস্থাৰ_অধ্যক্ষ

হেল্পিং হেণ্ড সংস্থাৰ সন্মানীয় অধ্যক্ষ তথা জে এন কে ডি নিউজৰ পৰিচালন সঞ্চালক, বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ শ্ৰীশ্ৰী যতীন্দ্ৰ নাথ কৃষ্ণ দাস ডাঙৰীয়াই সহকৰ্মীৰ সৈতে আজি সোণাপুৰস্থিত iUKDত উপস্থিত হৈ অসমৰ স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰাৰ বাবে আমাক আন্তৰিক অভিনন্দন জ্ঞাপন...