Thoughts and reflections from Dr. Arup Kumar Nath

Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.

ফেটি লিভাৰৰ এই লক্ষণবোৰক অৱহেলা নকৰিব

ফেটি লিভাৰৰ এই লক্ষণবোৰক অৱহেলা নকৰিব

সময়মতে চিনাক্তকৰণ আৰু চিকিৎসাই ৰক্ষা কৰিব পাৰে লিভাৰৰ স্বাস্থ্য ফেটি লিভাৰ ডিজিজ বা হেপাটিক ষ্টিয়াটোছিছ (Hepatic Steatosis) হৈছে এক সাধাৰণ লিভাৰজনিত সমস্যা, য’ত লিভাৰত অতিৰিক্ত চৰ্বি জমা হয়। স্থূলতা, ডায়েবেটিছ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু...

ষ্টেমিনা জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীয়ে প্ৰষ্টেট কেঞ্চাৰৰ চিকিৎসাধীন পুৰুষৰ স্বাস্থ্য আৰু জীৱনমান উন্নত কৰাত সহায় কৰে

ষ্টেমিনা জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীয়ে প্ৰষ্টেট কেঞ্চাৰৰ চিকিৎসাধীন পুৰুষৰ স্বাস্থ্য আৰু জীৱনমান উন্নত কৰাত সহায় কৰে

প্ৰষ্টেটৰ যিকোনো সমস্যাৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে — iUKD প্ৰষ্টেট কেঞ্চাৰৰ চিকিৎসাৰ অংশ হিচাপে হৰম’ন থেৰাপী গ্ৰহণ কৰা পুৰুষসকলক ষ্টেমিনা (STAMINA) জীৱনশৈলী পৰিৱৰ্তন কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিলে তেওঁলোকৰ চিকিৎসাজনিত ফলাফল উল্লেখযোগ্যভাৱে উন্নত হোৱা বুলি এন এইচ এছৰ এক...

কিডনীৰ স্বাস্থ্যৰ বাবে আবেলি সেৱন কৰক এই পানীয়

কিডনীৰ স্বাস্থ্যৰ বাবে আবেলি সেৱন কৰক এই পানীয়

iUKD: কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ উন্নত চিকিৎসাৰ এক বিশেষ প্ৰতিষ্ঠান শৰীৰৰ বিভিন্ন তন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰাখিবলৈ কিডনীৰ সুস্থতা অতি গুৰুত্বপূৰ্ণ। কিডনীয়ে তেজৰ পৰা বৰ্জ্য পদাৰ্থ পৰিশ্ৰুত কৰি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। ইয়াৰ উপৰি শৰীৰত...

পুৱা চাহকাপৰ পৰিৱৰ্তে এটা আপেল খাওক

পুৱা চাহকাপৰ পৰিৱৰ্তে এটা আপেল খাওক

আপেলে মূত্ৰাশয়ৰ পাথৰ নাশ কৰাত সহায় কৰিব পাৰে নেকি? আমাৰ সকলোৰে সাধাৰণতে পুৱা শুই উঠিয়েই চাহ বা কফি খোৱাৰ অভ্যাস আছে। পুৱাৰ ভাগৰ একাপ চাহ বা কফিয়ে আমাক সতেজ অনুভৱ কৰাত সহায় কৰে। বিশেষকৈ কফিত থকা কেফেইনে কিছু সময়ৰ বাবে সজাগতা আৰু কৰ্মস্পৃহা বৃদ্ধি কৰিব পাৰে। কিন্তু...

Can Diarrhoea Lead to Kidney Failure ?

Can Diarrhoea Lead to Kidney Failure ?

Severe Dehydration Can Be a Major Cause of Acute Kidney Injury Diarrhoea is often treated at home with basic supportive care. However, many people may not be aware that severe dehydration caused by diarrhoea can sometimes lead to acute kidney injury (AKI). During...

ডায়েৰিয়াৰ পৰাও হ’ব পাৰে কিডনী বিকল !

ডায়েৰিয়াৰ পৰাও হ’ব পাৰে কিডনী বিকল !

তীব্ৰ ডিহাইড্ৰেশ্যন কিডনীৰ আকস্মিক বিকলতাৰ অন্যতম কাৰণ ডায়েৰিয়া হ’লে বেছিভাগ মানুহেই ঘৰতে প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰে। কিন্তু ডায়েৰিয়াৰ ফলত শৰীৰত হোৱা অত্যধিক পানীশূন্যতা বা ডিহাইড্ৰেশ্যন যে কেতিয়াবা কিডনীৰ আকস্মিক বিকলতাৰ কাৰণ হ’ব পাৰে, সেই বিষয়ে বহু লোকেই সচেতন নহয়।...

২০২৬ চনৰ ছেপ্টেম্বৰ : প্ৰষ্টেট কেঞ্চাৰ সজাগতা মাহ

২০২৬ চনৰ ছেপ্টেম্বৰ : প্ৰষ্টেট কেঞ্চাৰ সজাগতা মাহ

প্ৰষ্টেট কেঞ্চাৰৰ বিষয়ে সজাগতা আৰু সময়মতে স্বাস্থ্য পৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰতি বছৰে ছেপ্টেম্বৰ মাহটো প্ৰষ্টেট কেঞ্চাৰ সজাগতা মাহ হিচাপে পালন কৰা হয়। এই সজাগতা অভিযানৰ মূল উদ্দেশ্য হৈছে প্ৰষ্টেট কেঞ্চাৰ, ইয়াৰ সম্ভাব্য লক্ষণ, বিপদৰ কাৰক, স্ক্ৰিনিং তথা পৰীক্ষাৰ...