Thoughts and reflections from Dr. Arup Kumar Nath
Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.
গুৱাহাটীৰ বশিষ্ঠত iUKDৰ ২৪০সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গণেশ নগৰ বশিষ্ঠ মহিলা সমিতিৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু ESKFৰ সহযোগত আজি (৮ জুলাই, ২০২৬, বুধবাৰে) গুৱাহাটী মহানগৰৰ বশিষ্ঠৰ গণেশ নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৪০সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে...
ৰঙিয়াৰ iUKDৰ ২৩৬সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত অংশ লওঁ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত ১ জুলাই, ২০২৬, বুধবাৰে ৰঙিয়াৰ এন টি ৰোডত [জি কে কে পেট্ৰল পাম্পৰ ওচৰত] থকা গুডউইল মেডিক’জ ডক্তৰছ ক্লিনিকত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷...
শৰীৰৰ সুস্থতাৰ বাবে প্ৰস্ৰাৱৰ ৰং কেনে হোৱা উচিত? iUKD কিডনীজনিত ৰোগৰ সু-চিকিৎসাৰ একমাত্ৰ কেন্দ্ৰ
প্ৰস্ৰাৱৰ ৰঙে আমাৰ শৰীৰৰ স্বাস্থ্যৰ বিষয়ে বহু তথ্য দিব পাৰে৷ যেতিয়াই কোনো ৰোগৰ গুৰুতৰ সমস্যা শৰীৰত পৰে, তেতিয়া ইয়াৰ প্ৰভাৱ প্ৰস্ৰাৱ তথা প্ৰস্ৰাৱৰ ৰঙৰ ওপৰতো দেখা দিবলৈ আৰম্ভ কৰে৷ অৱশ্যে কেতিয়াবা কোনো লক্ষণ নোহোৱাকৈও পেচাবৰ বৰণ পৰিৱৰ্তন হ’ব পাৰে৷ উল্লেখ্য যে মানৱ শৰীৰত...
ৰহাত iUKDৰ ২৩১সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
ফুলগুৰি উদীয়মান যুৱক সংঘৰ উদ্যোগ তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু¸ ESKFৰ লগতে হেল্পিংহেণ্ড সংস্থাৰ সহযোগত যোৱা ১৭ জুন, ২০২৬, বুধবাৰে নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি পকা নামঘৰ প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩১সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ...
কাপলাবড়িত iUKDৰ ২৩০সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত আজি [১৭ জুন, ২০২৬, বুধবাৰ] নলবাৰী জিলাৰ কাপলাবড়িৰ উদয় বৰ্মন মাৰ্কেটত থকা দ্যা হে’ল্থ জ’ন ফাৰ্মাচীত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৩০সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত...
কিডনী হস্পিটেল iUKDত অৱসৰপ্ৰাপ্ত আই জি পি ব্ৰজেনজিৎ সিন্হাঅসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আই জি পি শ্ৰদ্ধাৰ শ্ৰীযুত ব্ৰজেনজিৎ সিন্হা ডাঙৰীয়াই নিজৰ আত্মীয়ৰ চিকিৎসাজনিত কাৰণত আজি সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত উপস্থিত হোৱাত আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ iUKDৰ তৰফৰ পৰা আমি তেখেতক এখন ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাওঁ৷
কিডনী হস্পিটেল iUKDত অৱসৰপ্ৰাপ্ত আই জি পি ব্ৰজেনজিৎ সিন্হাঅসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আই জি পি শ্ৰদ্ধাৰ শ্ৰীযুত ব্ৰজেনজিৎ সিন্হা ডাঙৰীয়াই নিজৰ আত্মীয়ৰ চিকিৎসাজনিত কাৰণত আজি সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত উপস্থিত হোৱাত আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ iUKDৰ তৰফৰ পৰা আমি তেখেতক...
মৰিগাঁৱত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকোঁ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত আজি [২০ মে’, ২০২৬, বুধবাৰ] মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত মালাহু এল পি স্কুল প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰত...
হাইলাকান্দিৰ iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকোঁ
গুৱাহাটীৰ সোণাপুৰত থকা কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত ১৩ মে’, ২০২৬, বুধবাৰে হাইলাকান্দিৰ মিছন ৰোডত থকা (ৱাৰ্ড নং ৩) আৰতি হস্পিটেল এণ্ড ডায়গনষ্টিকছত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত চিকিৎসা...
কাকীত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
যোৱা ৭ জানুৱাৰী, ২০২৬, বুধবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল...
লাহৰীঘাটত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
যোৱা ৩১ ডিচেম্বৰ, ২০২৫, বুধবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী...
শিৱসাগৰত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত...
দলংঘাটত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু কালাৰ্ছ অব্ নৰ্থ...
ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ উদ্যোগত মায়ঙত স্বাস্থ্য পৰীক্ষা শিবিৰ
ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ উদ্যোগত আৰু আছাম ইউৰ’লজিকেল...
পাঠশালাত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত...






