by Dr. Arup Kumar Nath | May 20, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত আজি [২০ মে’, ২০২৬, বুধবাৰ] মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত মালাহু এল পি স্কুল প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত চিকিৎসা শিবিৰত...
by Dr. Arup Kumar Nath | May 14, 2026 | Health Camp
গুৱাহাটীৰ সোণাপুৰত থকা কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত ১৩ মে’, ২০২৬, বুধবাৰে হাইলাকান্দিৰ মিছন ৰোডত থকা (ৱাৰ্ড নং ৩) আৰতি হস্পিটেল এণ্ড ডায়গনষ্টিকছত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷ উক্ত চিকিৎসা...
by Dr. Arup Kumar Nath | May 12, 2026 | Health Camp
গুৱাহাটীৰ সোণাপুৰত থকা কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১০ মে’, ২০২৬, দেওবাৰে শিৱসাগৰৰ ইষ্ট যমুনা ৰোডৰ শিৱসাগৰ ষ্টেচন চাৰিআলিত থকা মেডিলাইফ মেডিকেল ষ্ট’ৰত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১৪সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সফলতাৰে সম্পন্ন হয়৷...
by Dr. Arup Kumar Nath | May 8, 2026 | Uncategorized
UKDৰ TIPS — য’ত দেশ-বিদেশৰ Urologist আহে শিকিবলৈ এখন hospital-ৰ শ্ৰেষ্ঠত্ব কেৱল ৰোগীৰ সংখ্যাত নহয়, তাৰ জ্ঞান আৰু দক্ষতা অন্যলৈ বিতৰণ কৰাৰ সামৰ্থ্যতো প্ৰতিফলিত হয়। গুৱাহাটীৰ সোণাপুৰস্থিত iUKD-ৰ training program TIPS (Training in Urological Procedures and Surgery) এই...
by Dr. Arup Kumar Nath | May 6, 2026 | The Doctor's Diary, Health Camp
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত আজি (৬ মে’, ২০২৬, বুধবাৰ) নগাঁও জিলাৰ কঠীয়াতলীৰ কঠিয়াতলী ব্লক পি এইচ চিৰ বিপৰীতে থকা [পুলিচ ষ্টেচনৰ বিপৰীতে] পূৰ্ণ মেডিকেলত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২১২সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ...