by invisionwebtech@gmail.com | Aug 9, 2025 | The Doctor's Diary
2024 চনৰ 31 ডিচেম্বৰ। বছৰটোৰ শেষ দিন। চিকিৎসালয়ৰ কামৰ ব্যস্ত দিনটো শেষ কৰি গধূলি প্ৰায় ৬টা মান বজাত ঘৰলৈ ওলাইছোঁ। ভাবিছিলোঁ বহুদিনৰ মূৰত ল’ৰা-ছোৱালীহালৰ সৈতে অলপ সময় কটাই নৱবৰ্ষৰ আনন্দ ভাগ কৰিম। ঠিক তেনেতে ফোনটো বাজি উঠিল। আগৰ চিনাকি ৰোগী এগৰাকীৰ ফোন। ধুবুৰীত থাকে।...
by invisionwebtech@gmail.com | Aug 9, 2025 | The Doctor's Diary
2018 চন। তেতিয়া মই ইউৰ’লজি বিভাগৰ বিশিষ্ট ছাৰ্জন হিচাপে গুৱাহাটীত কৰ্মৰত। নেদেখাজনৰ কৃপাত ইতিমধ্যে বহুতো ৰোগীৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ নিদান দিবলৈ সক্ষম হৈ উঠিছোঁ। তেনে এটি দিনতে এবাৰ এগৰাকী ৰোগী আহি ওলাল, ক’লে যথেষ্ট কষ্টত আছোঁ, ঘনে ঘনে প্ৰস্ৰাৱৰ বাবে...