Thoughts and reflections from Dr. Arup Kumar Nath
Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.
কোনবোৰ লোকৰ কিডনী ৰোগৰ আশংকা বেছি ? জানক কিডনী সুৰক্ষাৰ গুৰুত্ব
iUKD — কিডনী আৰু প্ৰস্ৰাৱজনিত সমস্যাৰ অত্যাধুনিক চিকিৎসাৰ বিশ্বস্ত ঠিকনা কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ ফিল্টাৰৰ দৰে কাম কৰি তেজৰ পৰা বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থ আঁতৰাই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা নিষ্কাশন কৰে। একে সময়তে কিডনীয়ে শৰীৰত পানী, ছ’ডিয়াম,...
উত্তৰ নুনমাটিত iUKDৰ ২৬৭সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
বিৰিখ বিৰিণা ফাউণ্ডেশ্যন আৰু হেল্পিংহেণ্ড সংস্থাৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু ESKFৰ সহযোগত যোৱা ৯ ছেপ্টেম্বৰ, বুধবাৰে গুৱাহাটী মহানগৰৰ উত্তৰ নুনমাটিৰ গোপাল নগৰৰ কালী মন্দিৰ শক্তিপীঠ প্ৰাংগণত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৬৭সংখ্যক...
ভিটামিন বি-১২ : ইয়াৰ গুৰুত্ব, অভাৱৰ লক্ষণ আৰু খাদ্যৰ উৎস
আমাৰ শৰীৰ সুস্থ আৰু স্বাভাৱিকভাৱে কাম কৰিবলৈ প্ৰ’টিন, খনিজ পদাৰ্থ আৰু বিভিন্ন ভিটামিনৰ প্ৰয়োজন। ভিটামিন বি-১২ হৈছে শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ এবিধ ভিটামিন। ই লোহিত ৰক্তকণিকা গঠন, DNA synthesis আৰু স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত...
Mental Health and Bladder Function : Understanding the Complex Connection
iUKD: Advanced and Comprehensive Care for Kidney and Urinary Tract Disorders The relationship between mental health and urinary tract function is more complex than it may appear. Growing evidence suggests that chronic psychological stress, anxiety and depression can...
মানসিক স্বাস্থ্য আৰু মূত্ৰাশয়ৰ কাৰ্যকাৰিতা : এক গুৰুত্বপূৰ্ণ আন্তঃসম্পৰ্ক
UKD: কিডনী আৰু মূত্ৰনলীৰ সমস্যাৰ অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান দীৰ্ঘস্থায়ী মানসিক চাপ, উদ্বেগ আৰু বিষণ্ণতাৰ সৈতে মূত্ৰনলীৰ কাৰ্যকাৰিতাৰ এক জটিল সম্পৰ্ক আছে। বিভিন্ন গৱেষণাই দেখুৱাইছে যে দীৰ্ঘদিনীয়া মানসিক চাপে নিম্ন মূত্ৰনলীৰ কাৰ্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ...
কিডনী ৰোগে ছালত কেনে প্ৰভাৱ পেলায় ?
খজুৱতি, শুষ্কতা আৰু ছালৰ পৰিৱৰ্তনক অৱহেলা নকৰিব: দীৰ্ঘস্থায়ী কিডনী ৰোগ বা Chronic Kidney Disease (CKD)-এ কেৱল কিডনীকেই প্ৰভাৱিত নকৰে; ৰোগৰ অৱস্থা আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ছালতো বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা দিব পাৰে। বিশেষকৈ ৰোগ আগবঢ়াৰ লগে লগে ছাল শুকান...
শিশুই সঘনাই প্ৰস্ৰাৱ কৰা, ভোক লাগি থকা সমস্যা এনে হ’লে শিশুটি কি ৰোগৰ চিকাৰ হৈছে জনাটো দৰকাৰ
গুৰুত্বপূৰ্ণ কথা: সঘন প্ৰস্ৰাৱ, অত্যধিক ভোক আৰু পিয়াহ — এই তিনিটা একেলগে দেখা দিলে ইয়াক সাধাৰণ বুলি ধৰি নলব। ই diabetes-ৰো প্ৰধান লক্ষণ। সেয়েহে অনুমান নকৰি চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰোৱাটোৱেই একমাত্ৰ সঠিক পদক্ষেপ। শিশুৰ কিডনী ৰোগৰ সম্ভাব্য কাৰণ: • জন্মগত ব গঠনগত...
ক্ৰিয়েটিনিনৰ মাত্ৰা কিদৰে নিয়ন্ত্ৰণ কৰিব ? ক্ৰিয়েটিনিনৰ পৰিমাণ নিয়ন্ত্ৰণ নহ’লে কিডনীৰ বিপদ অনিবাৰ্য
ক্ৰিয়েটিনিন বৃদ্ধি পালে কি কৰিব? কিডনী সুস্থ ৰাখিবলৈ জানক ১০টা গুৰুত্বপূৰ্ণ কথা তেজত ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধি পোৱাটো কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ এটা সম্ভাব্য সংকেত হ’ব পাৰে। কিন্তু কেৱল ক্ৰিয়েটিনিনৰ এটা সংখ্যাৰ ওপৰত ভিত্তি কৰি কিডনীৰ অৱস্থা নিৰ্ণয় কৰিব নোৱাৰি।...
ডাক্তৰৰ দিনলিপি: ৫
ভাইটি, তোৰ দেউতাই কি ক’ৰে অ ?মেডিকেল কলেজৰ প্ৰথম দিনটোতেই কোনোবা...
ডাক্তৰৰ দিনলিপি : ৪
আজি আন এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে ক’ম। কালি কিডনী হস্পিটেল,...
ডাক্তৰৰ দিনলিপি : ৩
2024 চনৰ 31 ডিচেম্বৰ। বছৰটোৰ শেষ দিন। চিকিৎসালয়ৰ কামৰ ব্যস্ত দিনটো...
ডাক্তৰৰ দিনলিপি
2018 চন। তেতিয়া মই ইউৰ’লজি বিভাগৰ বিশিষ্ট ছাৰ্জন হিচাপে গুৱাহাটীত...




