শিশুই সঘনাই প্ৰস্ৰাৱ কৰা, ভোক লাগি থকা সমস্যা এনে হ’লে শিশুটি কি ৰোগৰ চিকাৰ হৈছে জনাটো দৰকাৰ

Aug 19, 2026 | Heath Tips

গুৰুত্বপূৰ্ণ কথা: সঘন প্ৰস্ৰাৱ, অত্যধিক ভোক আৰু পিয়াহ — এই তিনিটা একেলগে দেখা দিলে ইয়াক সাধাৰণ বুলি ধৰি নলব। ই diabetes-ৰো প্ৰধান লক্ষণ। সেয়েহে অনুমান নকৰি চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰোৱাটোৱেই একমাত্ৰ সঠিক পদক্ষেপ।

শিশুৰ কিডনী ৰোগৰ সম্ভাব্য কাৰণ:

•   জন্মগত ব গঠনগত (congenital) কিডনী সমস্যা
•   বাৰে বাৰে হোৱা Urinary Tract Infection যিবোৰ সম্পূৰ্ণৰূপে নিৰাময কৰা নহয়
•   পাৰিবাৰিক তথা genetic কাৰণ
•   অতিৰিক্ত processed food সেৱন আৰু কম বয়সৰ obesity

অভিভাৱকে কি কৰিব:

•   শশুক পৰ্যাপ্ত পৰিমাণে পানী খুৱাওক আৰু প্ৰস্ৰাৱ ৰখাই ৰাখিবলৈ নিদিব
•   Fast food, ভজা-পোৰা আৰু packaged খাদ্য সীমিত কৰক
•   নিয়মীয়া শৰীৰিক ব্যায়াম বা খেল-ধেমালিৰ অভ্যাস কৰাওক
•   উক্ত লক্ষণ দেখা দিলে পলম নকৰি urine routine পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ লওক

গুৱাহাটীৰ সোণাপৰত অৱস্থিত iUKD হৈছে অসম তথা উতৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ super-specialty কিডনী হস্পিটেল। কিডনী তথা প্ৰস্ৰাৱজনিত সকলো ৰোগৰ চিকিৎসাৰ বাবে যোগাযোগ কৰক ঃ 8011501833, 9864104444।
Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam – 782402.