Thoughts and reflections from Dr. Arup Kumar Nath
Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.
Vitamin B12 : Importance, Deficiency Symptoms and Dietary Sources
Our body requires proteins, minerals and various vitamins to function properly and maintain good health. Vitamin B12 is one of the essential vitamins required for several important functions in the body. It plays a vital role in the formation of red blood cells, DNA...
ভিটামিন বি-১২ : ইয়াৰ গুৰুত্ব, অভাৱৰ লক্ষণ আৰু খাদ্যৰ উৎস
আমাৰ শৰীৰ সুস্থ আৰু স্বাভাৱিকভাৱে কাম কৰিবলৈ প্ৰ’টিন, খনিজ পদাৰ্থ আৰু বিভিন্ন ভিটামিনৰ প্ৰয়োজন। ভিটামিন বি-১২ হৈছে শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ এবিধ ভিটামিন। ই লোহিত ৰক্তকণিকা গঠন, DNA synthesis আৰু স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত...
কিডনীৰ পাথৰ কিয় হয় ? কেতিয়া অনুভৱ হয় তীব্ৰ বিষ ? জানক কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায়
iUKD: কিডনী আৰু প্ৰস্ৰাৱজনিত ৰোগৰ উন্নত চিকিৎসাৰ এক বিশেষ প্ৰতিষ্ঠান কিডনীৰ পাথৰ বা কিডনী ষ্ট’ন বৰ্তমান সময়ত দেখা পোৱা এক উল্লেখযোগ্য স্বাস্থ্যজনিত সমস্যা। প্ৰস্ৰাৱত থকা কিছুমান খনিজ পদাৰ্থ আৰু লৱণৰ পৰিমাণ বৃদ্ধি পালে সেইবোৰ স্ফটিকৰ ৰূপত জমা হৈ ক্ৰমান্বয়ে পাথৰৰ...
বৰপেটাত iUKDৰ ২৭৮সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকোঁ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত যোৱা ৩০ ছেপ্টেম্বৰ, ২০২৬, বুধবাৰে বৰপেটাৰ বৰপেটা টাউনৰ বি এইচ ৰোডত থকা V2 আৰু NIRC হস্পিটেলৰ সমীপত] মেক্সকেয়াৰ ডায়েগনষ্টিক চেণ্টাৰত পুৱা ১০ বজাৰ পৰা iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ২৭৮সংখ্যক...
Don’t Hide Sexual Health Problems
Seek Expert Medical Advice Without Hesitation Free Specialist Consultation for Sexual Health Every Wednesday at iUKD Sexual health is a positive and respectful state of physical, mental, emotional and social well-being in relation to sexuality. Maintaining good sexual...
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কিয় জৰুৰী ?
উচ্চ ৰক্তচাপ কিডনী ৰোগৰ অন্যতম প্ৰধান কাৰণ উচ্চ ৰক্তচাপক ‘নীৰৱ ঘাতক’ হিচাপে চিহ্নিত কৰা হয়। সময়মতে ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসা নকৰিলে উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰ’ক আদি গুৰুতৰ আৰু মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। উল্লেখ্য যে বিশ্বব্যাপী...
Can Kidney Patients Eat Cabbage ?
Why portion size and preparation matter iUKD: An Advanced Institute for Kidney and Urological Care Cabbage is one of the commonly consumed vegetables and an important part of many diets. It is used in salads, mixed vegetables and a variety of cooked dishes. Cabbage...
কিডনী ৰোগীয়ে বন্ধাকবি খাব পাৰেনে ?
পৰিমাণ আৰু প্ৰস্তুত প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়াটো কিয় জৰুৰী iUKD ঃ কিডনীজনিত যিকোনো সমস্যাৰ অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান আমাৰ দৈনন্দিন খাদ্য তালিকাত বিভিন্ন পাচলিৰ ভিতৰত বন্ধাকবিৰ এক বিশেষ স্থান আছে। চালাড হিচাপে কেঁচাকৈ খোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যঞ্জন আৰু...
ক্ৰিয়েটিনিনৰ মাত্ৰা কিদৰে নিয়ন্ত্ৰণ কৰিব ? ক্ৰিয়েটিনিনৰ পৰিমাণ নিয়ন্ত্ৰণ নহ’লে কিডনীৰ বিপদ অনিবাৰ্য
ক্ৰিয়েটিনিন বৃদ্ধি পালে কি কৰিব? কিডনী সুস্থ ৰাখিবলৈ জানক ১০টা...
সোণাৰিত iUKDৰ ২৫৬সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু জুবিন ফেন ক্লাবৰ যৌথ উদ্যোগত তথা...
দীৰ্ঘস্থায়ী কিডনী ৰোগীয়ে [CKD] মাংস খোৱা উচিতনে ? অত্যধিক মাংস সেৱনে কিডনীৰ ক্ষতি কৰিব পাৰে
মাংসত আমাৰ শৰীৰৰ বাবে দৰকাৰী বহুতো পুষ্টিকৰ উপাদানেৰে ভৰপূৰষ কিন্তু...
তেজপুৰত iUKDৰ ২৫৪সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত...
Blood Sugar প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিব বিচাৰে ? সঠিক পদ্ধতিটো জানক
• Carbohydrate সম্পূৰ্ণৰূপে বাদ দিয়াৰ প্ৰয়োজন নাই। পৰিশোধিত...
দিনে এটা কণী : স্বাস্থ্যৰ বাবে এক সহজ অথচ শক্তিশালী পদক্ষেপ
কণী এক পুষ্টিসমৃদ্ধ খাদ্য যিয়ে দৈনন্দিন স্বাস্থ্যত গুৰুত্বপূৰ্ণ...



![দীৰ্ঘস্থায়ী কিডনী ৰোগীয়ে [CKD] মাংস খোৱা উচিতনে ? অত্যধিক মাংস সেৱনে কিডনীৰ ক্ষতি কৰিব পাৰে](https://drarupkumarnath.com/wp-content/uploads/2026/08/5-2-400x250.jpg)


