Blood Sugar প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিব বিচাৰে ? সঠিক পদ্ধতিটো জানক

Aug 12, 2026 | Heath Tips

•   Carbohydrate সম্পূৰ্ণৰূপে বাদ দিয়াৰ প্ৰয়োজন নাই। পৰিশোধিত carbohydrateৰ ঠাইত complex carbohydrate ল’ব — বাদামী চাউল, ওটচ, গোটা শস্য, দাইল।
•   প্ৰতিটো আহাৰত fibre ৰাখক। Fibreএ starchৰ হজম লেহেমীয়া কৰি খোৱাৰ পিছৰ sugar spike কমায়।
•   ফলৰ ৰসৰ পৰিৱৰ্তে গোটা ফল খাওক।
•   পৰ্যাপ্ত protein আৰু স্বাস্থ্যকৰ fat (বাদাম, olive oil, পনিৰ) হজম লেহেমীয়া কৰি দীৰ্ঘসময় পেট ভৰাই ৰাখে।
•   নিয়মীয়া ব্যায়াম, বিশেষকৈ দৈনিক খোজকঢ়াই insulin sensitivity বঢ়ায়।
•   পৰ্যাপ্ত টোপনি আৰু মানসিক চাপ নয়ন্ত্ৰণ — এই দুয়োটাও blood sugar নিয়ন্ত্ৰণৰ অপৰিহাৰ্য অংশ।
•   মন কৰিব: এই অভসবোৰ চিকিৎসকে নিৰ্ধাৰণ কৰি দিয়া ঔষধৰ বিকল্প নহয়। Diabetes থাকিলে নিয়মীয়াকৈ kidney function test কৰাওক।

iUKD — অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ super-speciality কিডনী হস্পিটেল, সোণাপুৰ, গুৱাহাটী।

চিকিৎসা সেৱা:

•   কিডনীৰ ষ্’ন আৰু prostateৰ সমস্যা
•   কিডনী বিকল হোৱা আৰু dialysis
•   পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱজনিত সমস্যা
•   Urological cancer (কিডনী, urinary bladder, prostate, testis)
•   পুৰুষ আৰু মহিলাৰ যৌন স্বাস্থ্য সম্পৰ্কীয় সমস্যা

জটিল অস্ত্ৰোপচাৰৰ বাবে উপলব্ধ: Laser, Laparoscopic আৰু Robotic Surgery।

যোগাযোগ: 8011501833 / 9864104444
ঠিকনা: Kidney Hospital, iUKD, Institute of Urology and Kidney Diseases, Nazirakhat, Sonapur, Guwahati, Assam – 782402