by Dr. Arup Kumar Nath | Feb 19, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু লায়ন্ছ ক্লাব অব্ শিলচৰ ভেলী ভিউ তথা য়ুথ্ছ এগেন্ষ্ট ছ’চিয়েল ইভিল্ছ, শিলচৰৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১৮ ফেব্ৰুৱাৰী, ২০২৬, বুধবাৰে কাছাৰৰ শিলকুৰী চাহ বাগিচা হস্পিটেলত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৮২সংখ্যক...
by Dr. Arup Kumar Nath | Feb 11, 2026 | Uncategorized
যোৱা ১০ ফেব্ৰুৱাৰী, ২০২৬, মঙলবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত মতিলাল নেহৰু পথত থকা ইণ্ডিয়ান অভাৰচিড বেংকত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৮৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত চিকিৎসা...
by Dr. Arup Kumar Nath | Jan 29, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত নগাঁও জিলাৰ ধিং টাউনত অৱস্থিত নিউ মাতৃ মেডিকেলত যোৱা ২৮ জানুৱাৰী, ২০২৬, বুধবাৰে iUKDৰ বিনামূলীয়া ১৭৭সংখ্যক চিকিৎসা শিবিৰত আমি উপস্থিত থাকি ২০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা...
by Dr. Arup Kumar Nath | Jan 29, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু বেচৰকাৰী সংস্থা ‘উদয় এটি সপোন’ৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৭ জানুৱাৰী, ২০২৬, মঙলবাৰে বিশ্বনাথ জিলাৰ বুঢ়ীগাঙৰ নিজ বাঘমাৰীত অৱস্থিত এম আৰ এ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত iUKDৰ ১৭৬সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ...
by Dr. Arup Kumar Nath | Jan 23, 2026 | Uncategorized
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDþৰ উদ্যোগত তথা ESKFৰ সহযোগত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ জ্যোতি নগৰত অৱস্থিত হীৰক জ্যোতি মেডিকেল হলত ২১ জানুৱাৰী, ২০২৬ত সম্পন্ন হয় ১৭৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত iUKDৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ২০গৰাকী...