Thoughts and reflections from Dr. Arup Kumar Nath
Beyond the operation theatre, discover the man behind the scalpel. Through personal stories, reflections, and experiences, Dr. Arup Kumar Nath shares his inspirations, challenges, community work, and the values that shape his life. From humble beginnings to becoming the “Laser Man of India,” explore the moments that define his dedication to healing and humanity.
গুৱাহাটীৰ পাণবজাৰত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
যোৱা ১০ ফেব্ৰুৱাৰী, ২০২৬, মঙলবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত মতিলাল নেহৰু পথত থকা ইণ্ডিয়ান অভাৰচিড বেংকত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৮৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয়৷ উক্ত চিকিৎসা...
ধিঙত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত নগাঁও জিলাৰ ধিং টাউনত অৱস্থিত নিউ মাতৃ মেডিকেলত যোৱা ২৮ জানুৱাৰী, ২০২৬, বুধবাৰে iUKDৰ বিনামূলীয়া ১৭৭সংখ্যক চিকিৎসা শিবিৰত আমি উপস্থিত থাকি ২০গৰাকী ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা...
কাছাৰত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু লায়ন্ছ ক্লাব অব্ শিলচৰ ভেলী ভিউ তথা য়ুথ্ছ এগেন্ষ্ট ছ’চিয়েল ইভিল্ছ, শিলচৰৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১৮ ফেব্ৰুৱাৰী, ২০২৬, বুধবাৰে কাছাৰৰ শিলকুৰী চাহ বাগিচা হস্পিটেলত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৮২সংখ্যক...
গোৰেশ্বৰত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDþৰ উদ্যোগত তথা ESKFৰ সহযোগত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ জ্যোতি নগৰত অৱস্থিত হীৰক জ্যোতি মেডিকেল হলত ২১ জানুৱাৰী, ২০২৬ত সম্পন্ন হয় ১৭৫সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত iUKDৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা ২০গৰাকী...
মঙলদৈত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত দৰং জিলাৰ মঙলদৈৰ কৰিম চক [ৱাৰ্ড নং ৬]ত থকা লাইফ কেয়াৰ ফাৰ্মাচীত যোৱা ২১ জানুৱাৰী, ২০২৬ত সম্পন্ন হয় ১৭৪সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত আমি উপস্থিত থাকি ৫০গৰাকী ৰোগীক কিডনী তথা...
দলংঘাটত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু কালাৰ্ছ অব্ নৰ্থ ইষ্ট [এন জি অ’] আৰু হেল্পিংহেণ্ড সংস্থা, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন তথা নিউ লাইফ মেডিকেল আৰু হেল্পিংহেণ্ড স্বাস্থ্য সেৱা কেন্দ্ৰৰ উদ্যোগত তথা ESKFৰ সহযোগত টংলাৰ দলংঘাটৰ দলংঘাট উচ্ছতৰ মাধ্যমিক...
ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ উদ্যোগত মায়ঙত স্বাস্থ্য পৰীক্ষা শিবিৰ
ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ উদ্যোগত আৰু আছাম ইউৰ’লজিকেল ছ’চাইটিৰ সহযোগত যোৱা ১৪ ডিচেম্বৰ, ২০২৫, দেওবাৰে কমিউনিটি ইউৰ’লজি প্ৰগ্ৰামৰ অধীনত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ গুৱাহাটীৰ সমীপৱৰ্তী মায়ঙৰ জাৰগাঁৱত অনুষ্ঠিত হৈ যায়৷ আনহাতে সোমবাৰ অৰ্থাৎ আজি জি এম চি...
পাঠশালাত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত আৰু ESKFৰ সহযোগত যোৱা ১০ ডিচেম্বৰ, ২০২৫, বুধবাৰে বজালী জিলাৰ পাঠশালাৰ হাউলী ৰোডত অৱস্থিত মেক্সকেয়াৰ ডাইগন্ষ্টিক্ছ এণ্ড মাল্টিস্পেচিয়েলিটি চেণ্টাৰত iUKDৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৬৫সংখ্যক বিনামূলীয়া চিকিৎসা...
iUKDৰ ১৪৩সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু মৰিয়নি মহাবিদ্যালয়ৰ...
জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে অংশগ্ৰহণ কৰোঁ৷
১৬ আৰু ১৭, অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্...
১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ (পূব মণ্ডল) ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিভ ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰি আমি অতিকে গৌৰৱবোধ কৰিছোঁ ৷জনতাৰ সেৱাৰ বাবে, অসম তথাউত্তৰ-পূৰ্বাঞ্চলবাসীৰ সেৱাৰ বাবে সদায় নিজকে উছৰ্গা কৰি যাম— এয়া আমাৰ প্ৰতিশ্ৰুতি।
১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্...
কিডনী হস্পিটেল iUKDৰ ১৩৩সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত...
iUKDৰ দ্বিতীয় বৰ্ষপূৰ্তিত শ্ৰদ্ধাৰ গোবিন্দ চন্দ্ৰ ডেকাৰ শুভেচ্ছা
iUKDৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ প্রতিষ্ঠা দিৱসত ডা: অৰূপ কুমাৰ নাথলৈ...
কিডনী হস্পিটেল iUKDৰ দ্বিতীয় বৰ্ষপূৰ্তি উদ্যাপন
যোৱা ১২ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে কিডনী হস্পিটেল Institute of Urology...


![জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে অংশগ্ৰহণ কৰোঁ৷](https://drarupkumarnath.com/wp-content/uploads/2025/10/11-400x250.jpg)



