ওদালগুৰিত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

ওদালগুৰিত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD, কালাৰ্ছ অব্‌ নৰ্থ ইষ্ট [NGO] আৰু হেল্পিংহেণ্ড সংস্থাৰ উদ্যোগত তথা ESKF আৰু দৰং কেঞ্চাৰ কেন্দ্ৰ, ঢেকীয়াজুলি চকু চিকিৎসালয়ৰ সহযোগত যোৱা ২৬ নৱেম্বৰ, ২০২৫, বুধবাৰে ওদালগুৰি জিলাৰ টংলাৰ গোবিন্দবাৰীৰ তিনি নং ৱাৰ্ডত অনুষ্ঠিত কিডনী...
নগাঁৱৰ ৰূপহীত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

নগাঁৱৰ ৰূপহীত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ১৯ নৱেম্বৰ, ২০২৫, বুধবাৰে নগাঁও জিলাৰ ৰূপহী নতুন বজাৰত থকা ইছাদ মেডিকেলত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৫৯সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত ৬০গৰাকী ৰোগীক কিডনী...
প্ৰাগ নিউজত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

প্ৰাগ নিউজত iUKDৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKFৰ সহযোগত গুৱাহাটী মহানগৰৰ উলুবাৰীস্থিত প্ৰাগ টাৱাৰত প্ৰাগ নিউজৰ কাৰ্যালয়ত যোৱা ১৯ নৱেম্বৰ, ২০২৫, বুধবাৰে সম্পন্ন হয় iUKDৰ ১৬০সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত চিকিৎসা শিবিৰটোত ৪০গৰাকী সাংবাদিক তথা...
iUKDৰ উদ্যোগত সশস্ত্ৰ সীমা বল, সোণাপুৰৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

iUKDৰ উদ্যোগত সশস্ত্ৰ সীমা বল, সোণাপুৰৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDৰ উদ্যোগত তথা ESKF আৰু সশস্ত্ৰ সীমা বল, সোণাপুৰৰ [এছ এছ বি] সহযোগত যোৱা ১২ নৱেম্বৰ, ২০২৫, বুধবাৰে সোণাপুৰত থকা এছ এছ বিৰ কেম্পাছত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১৫৮সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ৷ উক্ত শিবিৰত...
থুলিয়াম ফাইবাৰ লেজাৰ আৰু হলমিয়াম লেজাৰৰ ব‍্যৱহাৰ আৰু ইয়াৰ সুবিধা-অসুবিধা সম্পৰ্কে কলকাতাত আমাৰ বক্তব্য

থুলিয়াম ফাইবাৰ লেজাৰ আৰু হলমিয়াম লেজাৰৰ ব‍্যৱহাৰ আৰু ইয়াৰ সুবিধা-অসুবিধা সম্পৰ্কে কলকাতাত আমাৰ বক্তব্য

যোৱা ৮ নৱেম্বৰ, ২০২৫, শনিবাৰে কলকাতাৰ VIVEKANANDA INSTITUTE OF MEDICAL SCIENCESৰ ইউৰ’লজি বিভাগৰ উদ‍্যোগত তথা বেংগল ইউৰ’লজিকেল ছ’চাইটিৰ সহযোগত আয়োজিত ৩৭সংখ‍্যক লাইভ অপাৰেটিভ কৰ্মশালাত যোগদান কৰিছিলোঁ। লাইভ অপাৰেটিভ ডেমনষ্ট্ৰেশ‍্যনৰ পূৰ্বে দেশৰ স্বনামধন‍্য...