কণী এক পুষ্টিসমৃদ্ধ খাদ্য যিয়ে দৈনন্দিন স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
• কণীত থাকে উচ্চমানৰ Protein, Vitamin A, D, B12 আৰু Choline, যিয়ে পেশী গঠন, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ৰক্তকণিকা গঠনত সহায় কৰে।
• কণীৰ কুহুমত থকা Lutein আৰু Zeaxanthinে দৃষ্টিশক্তি সুৰক্ষিত ৰাখে।
• গৰ্ভাৱস্থাত কণী বিশেষভাৱে উপকাৰী— ইয়াত থকা Folate আৰু Iodineয়ে সন্তানৰ মগজুৰ বিকাশত সহায় কৰে।
• শেহতীয়া গৱেষণাৰ মতে কণীৰ কুহুমত থকা Cholesterolে ৰক্তৰ Cholesterol উল্লেখযোগ্যভাৱে বৃদ্ধি নকৰে; হৃদৰোগৰ বাবে Saturated Fat বেছি চিন্তাজনক।
• সাধাৰণ সুস্থ ব্যক্তিয়ে দিনে ১-২টা কণী নিৰাপদে খাব পাৰে, কিন্তু Diabetes, উচ্চ Cholesterol বা উচ্চ Blood Pressure থকা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
• Chronic Kidney Disease (CKD) ৰোগীয়ে কণীৰ কুহুমত থকা Phosphorus আৰু Choline নিয়ন্ত্ৰিত পৰিমাণত খাব লাগে।
• কণীৰ পৰা Allergy থকা ব্যক্তিয়ে ইয়াক এৰাই চলা উচিত।
CKD আৰু কিডনী সম্পৰ্কীয় যিকোনো সমস্যাত সঠিক পৰামৰ্শৰ বাবে যোগাযোগ কৰক গুৱাহাটীৰ সোণাপুৰত অৱস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ ছুপাৰস্পেচিয়েলিটি কিডনী হস্পিটেল iUKDৰ সৈতে।
যোগাযোগ: 8011501833, 9864104444
ঠিকনা: Kidney Hospital, iUKD, Nazirakhat, Sonapur, Guwahati, Assam–৭৮২৪০২

