• ৰাতিৰ আহাৰৰ বাবে সন্ধিয়া ৭ৰ পৰা ৮ বজাৰ ভিতৰত সৰ্বোত্তম; শুবলৈ যোৱাৰ কমেও ২–৩ ঘণ্টা আগতে খোৱা উচিত।
• পলমকৈ খালে শৰীৰৰ circadian rhythm বহত হয় আৰু insulinৰ কাৰ্যক্ষমতা হ্ৰাস পায়।
• ইয়াৰ ফলত ৰাতিপুৱাৰ blood sugar বেছি থাকে — দীৰ্ঘদিন Type-2 Diabetesৰ আশংকা বৃদ্ধি পায়।
• নিশাৰ পলম আহাৰে ওজন বৃদ্ধি, acid reflux আৰু টোপনিৰ গুণগত মান হ্ৰাস কৰে।
• নিশা নিমখ আৰু চেনিযুক্ত খাদ্য খালে তৰল পদাৰ্থ আৰু sodiumৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ কিডনীয়ে জিৰণিৰ সময়তো অতিৰিক্ত কাম কৰিব লগা হয়।
• অনিয়ন্ত্ৰিত blood sugar আৰু উচ্চ ৰক্তচাপ — এই দুয়োটাই Chronic Kidney Diseaseৰ প্ৰধান কাৰণ।
iUKD — অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ super-speciality কিডনী হস্পিটেল, সোণাপুৰ, গুৱাহাটী।
Hospital Address-Kidney Hospital, Institute of Urology and Kidney Diseases (iUKD), Nazirakhat, Sonapur, Guwahati, Assam-782402, Phone Numbers : 8011501833, 9864104444

