যোৱা ৮ নৱেম্বৰ, ২০২৫, শনিবাৰে কলকাতাৰ VIVEKANANDA INSTITUTE OF MEDICAL SCIENCESৰ ইউৰ’লজি বিভাগৰ উদ্যোগত তথা বেংগল ইউৰ’লজিকেল ছ’চাইটিৰ সহযোগত আয়োজিত ৩৭সংখ্যক লাইভ অপাৰেটিভ কৰ্মশালাত যোগদান কৰিছিলোঁ। লাইভ অপাৰেটিভ ডেমনষ্ট্ৰেশ্যনৰ পূৰ্বে দেশৰ স্বনামধন্য ইউৰ’লজিষ্টসকলৰ উপস্থিতিত “HOLEP VS THUFLEP : PROS AND CONS” শীৰ্ষক বক্তৃতা প্ৰদান কৰোঁ।
ভাষণত আমি কিডনীজনিত তথা প্ৰষ্টেটৰ যিকোনো অস্ত্ৰোপচাৰ ক্ষেত্ৰত থুলিয়াম ফাইবাৰ লেজাৰ আৰু হলমিয়াম লেজাৰৰ ব্যৱহাৰ আৰু ইয়াৰ সুবিধা-অসুবিধা সম্পৰ্কে ভাষণ ৰাখো।
থুলিয়াম ফাইবাৰ লেজাৰ আৰু হলমিয়াম লেজাৰৰ ব্যৱহাৰ আৰু ইয়াৰ সুবিধা-অসুবিধা সম্পৰ্কে কলকাতাত আমাৰ বক্তব্য

