১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়াৰ (পূব মণ্ডল) ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিভ ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰি আমি অতিকে গৌৰৱবোধ কৰিছোঁ ৷জনতাৰ সেৱাৰ বাবে, অসম তথাউত্তৰ-পূৰ্বাঞ্চলবাসীৰ সেৱাৰ বাবে সদায় নিজকে উছৰ্গা কৰি যাম— এয়া আমাৰ প্ৰতিশ্ৰুতি।

Oct 16, 2025 | Uncategorized

১৬, ১৭, ১৮ অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্‌ ইণ্ডিয়াৰ (পূব মণ্ডল) ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিভ ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰি আমি অতিকে গৌৰৱবোধ কৰিছোঁ ৷
জনতাৰ সেৱাৰ বাবে, অসম তথাউত্তৰ-পূৰ্বাঞ্চলবাসীৰ সেৱাৰ বাবে সদায় নিজকে উছৰ্গা কৰি যাম— এয়া আমাৰ প্ৰতিশ্ৰুতি।