১৬ আৰু ১৭, অক্টোবৰ, ২০২৫ত জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] ৩৪সংখ্যক বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে উপস্থিত থাকি আমি অতিকে গৌৰৱবোধ কৰিছোঁ৷
সমগ্ৰ ভাৰতবৰ্ষৰ পৰা নিৰ্বাচিত ১০গৰাকী বিশিষ্ট ইউৰ’লজিষ্টৰ তালিকাত আমাৰ নামটো অন্তৰ্ভুক্ত হোৱাত সঁচাকৈয়ে আনন্দিত হৈছোঁ৷ উক্ত লাইভ অপাৰেটিভ কৰ্মশালাত আধুনিক লেজাৰ পদ্ধতিৰে অস্ত্ৰোপচাৰৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত আমাক সহায়-সহযোগ কৰা তথা আমাৰ ওপৰত আস্থা ৰাখি এই সুবিধা প্ৰদান কৰাৰ বাবে ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] শাখাক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ আশীৰ্বাদ শিৰত লৈ আগত দিনত এইদৰে সেৱা কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ৷
জামছেদপুৰত আয়োজিত ইউৰ’লজিকেল ছ’চাইটি অব্ ইণ্ডিয়াৰ [পূব মণ্ডল] বাৰ্ষিক সন্মিলনত লাইভ অপাৰেটিং ফেকাল্টি হিচাপে অংশগ্ৰহণ কৰোঁ৷

