ডাক্তৰৰ দিনলিপি: ৫

ডাক্তৰৰ দিনলিপি: ৫

ভাইটি, তোৰ দেউতাই কি ক’ৰে অ ?মেডিকেল কলেজৰ প্ৰথম দিনটোতেই কোনোবা এগৰাকী ছিনিয়ৰে সুধিছিল প্ৰশ্নটো। সগৌৰৱে উত্তৰ দিছিলোঁ– “মোৰ দেউতা এগৰাকী খেতিয়ক।” এতিয়া দেউতাৰ বয়স প্ৰায় ৮৫, তথাপি নিজে নোৱাৰিলেও আনৰ হতুৱাই খেতি কৰায় আৰু পুৱা-গধূলি নিজেই কামৰ তদাৰক...
ডাক্তৰৰ দিনলিপি : ৪

ডাক্তৰৰ দিনলিপি : ৪

আজি আন এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে ক’ম। কালি কিডনী হস্পিটেল, সোণাপুৰ, গুৱাহাটীত এটি ১ বছৰ ৬ মাহৰ শিশুৰ জীৱনত নৱ জীৱনৰ বতৰা আনিবলৈ মোৰ দল আৰু মই সক্ষম হ’লোঁ। শিশুটিয়ে Posterior Urethral Valve (PUV) Stricture নামৰ এক জটিল সমস্যাৰ সৈতে জন্মগ্ৰহণ কৰিছিল। এই সমস্যাটো কেৱল...
ডাক্তৰৰ দিনলিপি : ৩

ডাক্তৰৰ দিনলিপি : ৩

2024 চনৰ 31 ডিচেম্বৰ। বছৰটোৰ শেষ দিন। চিকিৎসালয়ৰ কামৰ ব্যস্ত দিনটো শেষ কৰি গধূলি প্ৰায় ৬টা মান বজাত ঘৰলৈ ওলাইছোঁ। ভাবিছিলোঁ বহুদিনৰ মূৰত ল’ৰা-ছোৱালীহালৰ সৈতে অলপ সময় কটাই নৱবৰ্ষৰ আনন্দ ভাগ কৰিম। ঠিক তেনেতে ফোনটো বাজি উঠিল। আগৰ চিনাকি ৰোগী এগৰাকীৰ ফোন। ধুবুৰীত থাকে।...
ডাক্তৰৰ দিনলিপি

ডাক্তৰৰ দিনলিপি

2018 চন। তেতিয়া মই ইউৰ’লজি বিভাগৰ বিশিষ্ট ছাৰ্জন হিচাপে গুৱাহাটীত কৰ্মৰত। নেদেখাজনৰ কৃপাত ইতিমধ্যে বহুতো ৰোগীৰ কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ নিদান দিবলৈ সক্ষম হৈ উঠিছোঁ। তেনে এটি দিনতে এবাৰ এগৰাকী ৰোগী আহি ওলাল, ক’লে যথেষ্ট কষ্টত আছোঁ, ঘনে ঘনে প্ৰস্ৰাৱৰ বাবে...