by Dr. Arup Kumar Nath | Aug 25, 2025 | The Doctor's Diary, Health Camp
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল iUKD আৰু বীৰ লাচিত সেনা, অসম লাকুৱা আঞ্চলিকৰ অন্তৰ্গত চলাপথাৰ শাখা সমিতিৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা ২৪ আগষ্ট, ২০২৫, দেওবাৰে লাকুৱাৰ চলাপথাৰৰ অংকুৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ ১২৬সংখ্যক বিনামূলীয়া...
by Dr. Arup Kumar Nath | Aug 23, 2025 | The Doctor's Diary
গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল Institute of Urology and Kidney Diseases (iUKD)ত ২২ আগষ্ট, ২০২৫, শুকুৰবাৰে দিনৰ ১২-৩০ বজাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ উৎসৰ্গিত ইউৰ’লজিকেল ৰব’ট ‘MANTRA 3.0ৰ আগমনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে iUKDৰ মুখ্য...
by invisionwebtech@gmail.com | Aug 9, 2025 | The Doctor's Diary
এটা মাহ আগতে আমাৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল আই ইউ কে ডিত কিডনী ষ্ট’নৰ বাবে অপাৰেশ্যন কৰাইছিল এই যুৱতীগৰাকীয়ে। আজি তেওঁ সম্পূৰ্ণ সুস্থ আৰু এতিয়া নিজে নাৰ্ছিং স্কুলত যোগদান কৰিছে। নিজৰ স্বপ্নৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ এই শুভক্ষণত তেওঁ তেওঁৰ...
by invisionwebtech@gmail.com | Aug 9, 2025 | The Doctor's Diary
নমস্কাৰ, অসম। আজি ৰাতিপুৱাই মোবাইলটো চাই থাকোঁতে এটি বিশেষ লেখা চকুত পৰিল। প্ৰখ্যাত ডিজিটেল নিউজ মিডিয়া হাউছ “জি-প্লাছ”ত প্ৰকাশিত এটি বাতৰি। “Can Assam become North-East India’s Medical Tourism hub?” শিৰোনামটো চায়েই মনলৈ অসংখ্য ভাব আহিল। সেয়ে আজিৰ দিনলিপিত ইয়াৰ...
by invisionwebtech@gmail.com | Aug 9, 2025 | The Doctor's Diary
ৰাতিপুৱাৰ পৰাই মনটো কিবা এটা ভাল লাগি আছিল, নাজানো কিয়। কেতিয়াবা আপোনালোকৰো হয় চাগে তেনেকুৱা, নজনাকৈয়ে মনটো ফৰকাল লাগি থাকে। আনদিনাৰ দৰেই ৰাতিপুৱা ৯ মান বজাত হস্পিটাললৈ আহিছিলো।ইতিমধ্যে ১০-১২ গৰাকী মান ৰোগী আহি পাইছিলহি। ময়ো দেৰি নকৰি এজন এজনকৈ ৰোগী চোৱাত ধৰিলো। ৫...
by invisionwebtech@gmail.com | Aug 9, 2025 | The Doctor's Diary
টকা-পইছা নে মানৱতা ? মাইকেল জেকচনে এবাৰ কৈছিল, “মই জীয়াই থকাৰ অনুভৱ পাওঁ কেৱল মঞ্চখনতহে, তেতিয়া যেন মই আটাইতকৈ সুখী মানুহজন।” আজি মোৰ বাবেও যেন মঞ্চ হৈছে অসমী আইৰ সোণচৰোৱা মাটি আৰু লাইট হৈছে সেই আশা, যি মই মোক লগ কৰিবলৈ অহা ব্যক্তিসকলৰ চকুত দেখা পাওঁ। বহুবছৰ ধৰি...