সুখৰ চকুপানী—পিতৃ-মাতৃৰ আশীৰ্বাদেৰে এগৰাকী যুৱতীৰ নতুন অধ্যায়

সুখৰ চকুপানী—পিতৃ-মাতৃৰ আশীৰ্বাদেৰে এগৰাকী যুৱতীৰ নতুন অধ্যায়

এটা মাহ আগতে আমাৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম তথা একমাত্ৰ কিডনী হস্পিটেল আই ইউ কে ডিত কিডনী ষ্ট’নৰ বাবে অপাৰেশ্যন কৰাইছিল এই যুৱতীগৰাকীয়ে। আজি তেওঁ সম্পূৰ্ণ সুস্থ আৰু এতিয়া নিজে নাৰ্ছিং স্কুলত যোগদান কৰিছে। নিজৰ স্বপ্নৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ এই শুভক্ষণত তেওঁ তেওঁৰ...
ডাক্তৰৰ দিনলিপি : ৮

ডাক্তৰৰ দিনলিপি : ৮

নমস্কাৰ, অসম। আজি ৰাতিপুৱাই মোবাইলটো চাই থাকোঁতে এটি বিশেষ লেখা চকুত পৰিল। প্ৰখ্যাত ডিজিটেল নিউজ মিডিয়া হাউছ “জি-প্লাছ”ত প্ৰকাশিত এটি বাতৰি। “Can Assam become North-East India’s Medical Tourism hub?” শিৰোনামটো চায়েই মনলৈ অসংখ্য ভাব আহিল। সেয়ে আজিৰ দিনলিপিত ইয়াৰ...
ডাক্তৰৰ দিনলিপি : ৭

ডাক্তৰৰ দিনলিপি : ৭

ৰাতিপুৱাৰ পৰাই মনটো কিবা এটা ভাল লাগি আছিল, নাজানো কিয়। কেতিয়াবা আপোনালোকৰো হয় চাগে তেনেকুৱা, নজনাকৈয়ে মনটো ফৰকাল লাগি থাকে। আনদিনাৰ দৰেই ৰাতিপুৱা ৯ মান বজাত হস্পিটাললৈ আহিছিলো।ইতিমধ্যে ১০-১২ গৰাকী মান ৰোগী আহি পাইছিলহি। ময়ো দেৰি নকৰি এজন এজনকৈ ৰোগী চোৱাত ধৰিলো। ৫...
ডাক্তৰৰ দিনলিপিঃ ৬

ডাক্তৰৰ দিনলিপিঃ ৬

টকা-পইছা নে মানৱতা ? মাইকেল জেকচনে এবাৰ কৈছিল, “মই জীয়াই থকাৰ অনুভৱ পাওঁ কেৱল মঞ্চখনতহে, তেতিয়া যেন মই আটাইতকৈ সুখী মানুহজন।” আজি মোৰ বাবেও যেন মঞ্চ হৈছে অসমী আইৰ সোণচৰোৱা মাটি আৰু লাইট হৈছে সেই আশা, যি মই মোক লগ কৰিবলৈ অহা ব্যক্তিসকলৰ চকুত দেখা পাওঁ। বহুবছৰ ধৰি...
ডাক্তৰৰ দিনলিপি: ৫

ডাক্তৰৰ দিনলিপি: ৫

ভাইটি, তোৰ দেউতাই কি ক’ৰে অ ?মেডিকেল কলেজৰ প্ৰথম দিনটোতেই কোনোবা এগৰাকী ছিনিয়ৰে সুধিছিল প্ৰশ্নটো। সগৌৰৱে উত্তৰ দিছিলোঁ– “মোৰ দেউতা এগৰাকী খেতিয়ক।” এতিয়া দেউতাৰ বয়স প্ৰায় ৮৫, তথাপি নিজে নোৱাৰিলেও আনৰ হতুৱাই খেতি কৰায় আৰু পুৱা-গধূলি নিজেই কামৰ তদাৰক...