হেল্পিং হেণ্ড সংস্থাৰ সন্মানীয় অধ্যক্ষ তথা জে এন কে ডি নিউজৰ পৰিচালন সঞ্চালক, বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ শ্ৰীশ্ৰী যতীন্দ্ৰ নাথ কৃষ্ণ দাস ডাঙৰীয়াই সহকৰ্মীৰ সৈতে আজি সোণাপুৰস্থিত iUKDত উপস্থিত হৈ অসমৰ স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰাৰ বাবে আমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ আনহাতে আমাৰ তৰফৰ পৰাও তেখেতসকলক সাদৰ সম্ভাষণ জনাওঁ৷৷
কিডনী হস্পিটেল_iUKDত হেল্পিং হেণ্ড সংস্থাৰ_অধ্যক্ষ

