যোৱা ৪ মে’, ২০২৬ত অসমৰ জনপ্ৰিয় বাতৰিকাকত ‘অসম আদিত্য’ত জনপ্ৰিয় নিবন্ধকাৰ শ্ৰদ্ধাৰ নন্দেশ্বৰ মিলি ডাঙৰীয়াই ‘জীৱনত লগ পোৱা দুগৰাকী চিকিৎসকৰ কথাৰে…’ শীৰ্ষক নিবন্ধৰ জৰিয়তে আমাৰ কৰ্মসাধনাৰ বিষয়ে কিছু কথা লিখাৰ বাবে শ্ৰদ্ধাৰ নন্দেশ্বৰ মিলি ডাঙৰীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
শ্ৰদ্ধাৰ নন্দেশ্বৰ মিলি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন

