কিডনী হস্পিটেল iUKDত অৱসৰপ্ৰাপ্ত আই জি পি ব্ৰজেনজিৎ সিন্‌হাঅসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আই জি পি শ্ৰদ্ধাৰ শ্ৰীযুত ব্ৰজেনজিৎ সিন্‌হা ডাঙৰীয়াই নিজৰ আত্মীয়ৰ চিকিৎসাজনিত কাৰণত আজি সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত উপস্থিত হোৱাত আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ iUKDৰ তৰফৰ পৰা আমি তেখেতক এখন ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাওঁ৷

May 23, 2026 | The Doctor's Diary

কিডনী হস্পিটেল iUKDত অৱসৰপ্ৰাপ্ত আই জি পি ব্ৰজেনজিৎ সিন্‌হা
অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আই জি পি শ্ৰদ্ধাৰ শ্ৰীযুত ব্ৰজেনজিৎ সিন্‌হা ডাঙৰীয়াই নিজৰ আত্মীয়ৰ চিকিৎসাজনিত কাৰণত আজি সোণাপুৰস্থিত কিডনী হস্পিটেল iUKDত উপস্থিত হোৱাত আমি গৌৰৱ অনুভৱ কৰিছোঁ৷ iUKDৰ তৰফৰ পৰা আমি তেখেতক এখন ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাওঁ৷